Saturday, July 2, 2016

অসমৰ বঙালী হিন্দু সকলে অসমীয়া ভাষা কোৱা হিন্দু সকলক সকিয়াই দিলে- "অসমত যদি বঙালী সকল বিদেশী হ'ব লগা হয় তেন্তে বহিৰাগত অসমীয়াক ভাৰতৰ পৰাই বিতাড়ন কৰা হ'ব৷" হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ ৰাজপথত মুকলি হুংকাৰ দিলে ৷ এই দৃশ্য চাই সাম্প্ৰদায়িক মহলে অলপ হলেও চিন্তিত হ'ব যে - মুছলমান দ্ৰাবিড় সকল অসমত নিৰৱে অত্যাচাৰ সহ্য কৰি থাকিলেও হিন্দু দ্ৰাবিড় সকলৰ আহ্বানত এদিন জাগিবই জাগিব ৷ এই সম্পৰ্কে আপুনি কি কয় ?

দ্ৰাবিড় জনগোষ্ঠীৰ মুছলমানঃ- ASSAM
অসমৰ বঙালী হিন্দু সকলে অসমীয়া ভাষা কোৱা হিন্দু সকলক সকিয়াই দিলে- "অসমত যদি বঙালী সকল বিদেশী হ'ব লগা হয় তেন্তে বহিৰাগত অসমীয়াক ভাৰতৰ পৰাই বিতাড়ন কৰা হ'ব৷"
হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ ৰাজপথত মুকলি হুংকাৰ দিলে ৷ এই দৃশ্য চাই সাম্প্ৰদায়িক মহলে অলপ হলেও চিন্তিত হ'ব যে - মুছলমান দ্ৰাবিড় সকল অসমত নিৰৱে অত্যাচাৰ সহ্য কৰি থাকিলেও হিন্দু দ্ৰাবিড় সকলৰ আহ্বানত এদিন জাগিবই জাগিব ৷
এই সম্পৰ্কে আপুনি কি কয় ?

No comments:

Post a Comment