ইচলামে যদি সন্ত্ৰাসবাদৰ শিক্ষা নিদিয়ে তেনেহঁলে সকলো সন্ত্ৰাসবাদী মুছলিম কিয়??
এই প্ৰশ্নটো সাধৰণতে ইচলামৰ সমালোচক সকলে মুছলিম সকলক প্ৰায়ে সোধে ।
উত্তৰটো মই এনেধৰণে দিব খোজো--
প্ৰথম কথা সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই, সকলো ধৰ্মৰ মানুহকেই সন্ত্ৰাসবাদীয়ে হত্যা কৰে ।
নামধাৰি মুছলিম সন্ত্ৰাসবাদী সকলে আমেৰিকা, পেৰিছ, ভাৰত, ইংলেণ্ড আদিৰ দৰে দেশবোৰত যিমান মানুহ হত্যা কৰিছে হয়টো পাকিস্তান, ইৰাক, ইৰাণ, আফগানিস্তা, চিৰিয়া আদি দেশবোৰত তাতোকৈ বহুগুনে বেছি নিৰিহ মুছলমানক হত্যা কৰিছে ।
সেই কাৰণেই কৈছো সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই । এতিয়া সন্ত্ৰাসবাদেই এটা ধৰ্ম হৈ পৰিছে । ইচলামত সন্ত্ৰাসবাদীৰ স্থান নাই । ইচলাম মানে শান্তি ।

কোৰআনত আল্লাহে কৈছে- "যদি কোনোবাই বিনা কাৰণত কোনো মানুহক হত্যা কৰিলে (হওঁক হিন্দু, মুছলিম বা খ্ৰীষ্টান) তেনেহঁলে তেওঁ যেন গোটেই মানৱ জাতিকে হত্যা কৰিলে । আৰু যদি কোনোবাই কোনোবা মানুহৰ জীৱন ৰক্ষা কৰিলে সি যেনিবা সমগ্র মানৱ জাতিৰ জীৱন ৰক্ষা কৰিলে (৫:৩২)
ওপৰোক্ত কোৰআনৰ আয়াতটোৰ পৰা স্পষ্ট প্ৰমাণ ইচলামে সন্ত্ৰাসবাদক কেতিয়াও সমৰ্থন নকৰে । যিবোৰ মুছলিম নামধাৰিয়ে ওপৰোক্ত আয়াতোক অগ্ৰাহ্য কৰিছে তেওঁলোক কেতিয়াও মুছলমান নহয় ।
দুখৰ বিষয় আজি কিছুমান নামধাৰি মুছলিমে আল্লাহৰ এই বাণীৰ সম্পূৰ্ণ ওলোতা কৰিছে । বেয়া মানুহ সকলো ধৰ্মতেই আছে আৰু তাৰ কাৰণে ধৰ্মটো দায়ী হব কেতিয়াওঁ নোৱাৰে ।
এটা কথাত ধৰ্মতোক আপুনি দায়ী কৰিব পাৰে যদিহে কোৰআন বা হাদীছত এইটো লিখা যে মানুহ হত্যা কৰাটো পুণ্যৰ কাম, মানুহ হত্যা কৰিলে জান্নাত লাভ কৰিব পাৰি । এনেধৰণৰ কথা কৰবাত আছে জানো ?
এটা কথাত ধৰ্মতোক আপুনি দায়ী কৰিব পাৰে যদিহে কোৰআন বা হাদীছত এইটো লিখা যে মানুহ হত্যা কৰাটো পুণ্যৰ কাম, মানুহ হত্যা কৰিলে জান্নাত লাভ কৰিব পাৰি । এনেধৰণৰ কথা কৰবাত আছে জানো ?
আৰু যদি কোনোবাই ধৰ্মৰ ভিত্তিত সন্ত্ৰাসবাদক ভাগ কৰিব বিচাৰে তেনেহলে তলৰ খিনি অনুগ্ৰহ কৰি পঢ়ক ।
১. হিটলাৰ, তেওঁ ৬০ লাখ মানুহক ধৰ্মৰ নামত হত্যা কৰছে । (তেওঁ খৃষ্টান আছিল) মুছলিম নাছিল ।
২. সকলোৱে জ্ঞাত ইৰাকৰ খাৰুৱা তেলৰ লোভত আমেৰিকাই তাত সন্ত্ৰাসবাদী বিচৰাৰ নামত লাখ লাখ নিৰিহ মুছলমানক হত্যা কৰিছিল । আমেৰিকাৰ এইবোৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ নহয় নেকি ? এইবোৰৰ বিৰুদ্ধে মিডিয়া নিমাত কিয় ?
৩. ২০১২ চনৰ পৰাই বৌদ্ধ প্ৰধান দেশ ম্যানমাৰত মুছলমান সকলৰ ওপৰত নিৰ্মম অত্যাচাৰ অব্যাহত আছে । ইতিমধ্যেই বৌদ্ধিষ্ট সকলৰ হাতত শিশু মহিলাকে ধৰি হাজাৰ হাজাৰ নিৰিহ মুছলমানে প্ৰাণ হেৰুৱাইছে । জ্বলাই দিয়া হৈছে মুছলমান সকলৰ ঘৰ দুৱাৰ মছজিদ ইত্যাদি । আজিও তাত এই ধাৰা অব্যাহত আছে ।
ম্যানমাৰৰ বৌদ্ধিষ্ট সকলৰ এইবিলাক সন্ত্ৰাসবাদী কাৰ্যকলাপ নহয় নেকি ? এইবোৰৰ বিৰুদ্ধে মিডিয়া নিমাত কিয় ?
ম্যানমাৰৰ বৌদ্ধিষ্ট সকলৰ এইবিলাক সন্ত্ৰাসবাদী কাৰ্যকলাপ নহয় নেকি ? এইবোৰৰ বিৰুদ্ধে মিডিয়া নিমাত কিয় ?
৪. আফগানিস্তানত লাডেনক বিচৰাৰ নামত আমেৰিকাই যতে ততে বোমা বাৰুদৰে অভিযান চলাইছিল । যাৰ ফলত নিহত হৈছিল লাখ লাখ নিৰিহ মুছলমান লোক । শেষত গৈ লাডেনক পাকিস্তানত পালে ।
এইবোৰ আমেৰিকাৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ নহয় নেকি ? এইবোৰৰ বিৰুদ্ধে মিডিয়া কিয় নিমাত আছিল ?
এইবোৰ আমেৰিকাৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ নহয় নেকি ? এইবোৰৰ বিৰুদ্ধে মিডিয়া কিয় নিমাত আছিল ?
৫. ফিলিস্তানত ইজৰাইলে শিশু মহিলাকে ধৰি হাজাৰ হাজাৰ নিৰিহ মুছলমানক হত্যা কৰিলে ? এতিয়াও তাত মুছলমান নিধন যজ্ঞ অব্যাহত আছে । ইজৰাইলৰ এইবোৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ নহয় নেকি ? এইবোৰৰ বিৰুদ্ধে মিডিয়া নিমাত কিয় ?
৬. ২০০৬ চনত মহাৰাষ্ট্ৰৰ মালেগাওঁত বোম বিস্ফোৰণৰ । জড়িত কৰ্ণেল শ্ৰীকান্ত, প্ৰজ্ঞা সিং ঠাকুৰ । যত নিহত হৈছিল ৩৭ জন লোক । এই সকল মুছলিম আছিল নেকি ?
৭. ২০০৭ চনত আজমিৰৰ দৰগাহত বোম বিস্ফোৰণ । জড়িত দেবেন্দ্ৰ গুপ্তা, সুনীল জৌছী, চন্দিপ দাঙ্গে, এইসকল মুছলিম নেকি ?
৮. ২০০৭ চনত হাইদ্ৰবাদৰ মক্কা মছজিদত বোম বিস্ফোৰণৰ । জড়িত দেবেন্দ্ৰ গুপ্তা, লকেচ শৰ্মা । এই সকল মুছলিম নেকি ?
৯. ২০০৭ চনৰ ১৮ ফেব্ৰুৱাৰীত Samjhauta Express ত হোৱা ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনা । যত নিহত হৈছিল ৬৮ জন নিৰিহ লোক, আহত হৈছিল শতাধিক লোক । নিহত-আহতৰ প্ৰায় সংখ্যক লোক মুছলমান আছিল । কাৰণ এইখন ৰেল দিল্লীৰ পৰা পাকিস্তানৰ লাহোৰলৈ চলিছিল ।
Samjhauta Express ত বোমা দিয়া মুল অভিযুক্ত জনৰ নাম হল #SwamiAseemanand । এই হত্যাকাৰীজন মুছলমান আছিল নেকি ?
Samjhauta Express ত বোমা দিয়া মুল অভিযুক্ত জনৰ নাম হল #SwamiAseemanand । এই হত্যাকাৰীজন মুছলমান আছিল নেকি ?
১০. দিল্লীত হাজাৰ হাজাৰ ছীখক মুছলিমে হত্যা কৰিছিল নেকি ?
১১. গুজৰাতত শ শ মুছলিমক কোনে হত্যা কৰিছিল ?
১২. ছতীচগড়ত শ,শ সেনাক কোনে হত্যা কৰিলে ?
উত্তৰ : সন্ত্ৰাসবাদী সংগঠন মাওবাদীয়ে ।
মাওবাদী সকল মুছলমান নেকি ?
উত্তৰ : সন্ত্ৰাসবাদী সংগঠন মাওবাদীয়ে ।
মাওবাদী সকল মুছলমান নেকি ?
১৩. মহাত্মা গান্ধী, ৰাজিব গান্ধী, ইন্দিৰা গান্ধী আদিক কোনে হত্যা কৰিছিল ? মুছলমানে নেকি ?
১৪. ২০০৮ চনৰ ৩০ অক্টোবৰত অসমৰ ছয় ঠাইত বোম বিস্ফোৰণ নিহত ১০০ ৰ ওপৰত পংগু হল ১০০০ ওপৰত । এই কাণ্ড মুছলিমে সংঘটিত কৰিছিল নেকি?
১৫. ধেমাজিত স্কুলত বোমা বিস্ফোৰণ, যত নিহত হৈছিল বহুকেইজন কণ কণ শিশু । এইবোৰ কাণ্ড মুছলিমে সংঘটিত কৰিছে নেকি ?
১৬. সন্ত্ৰাসবাদী সংগঠন NDFB য়ে ২০১৪ চনত কোকৰাঝাৰত কণ কণ শিশুসহ প্ৰায় ১০০ জন নিৰিহ মুছলমানক হত্যা কৰিছিল ? NDFB মুছলমান নেকি ?
১৭. নেলিত হাজাৰ হাজাৰ মুছলমানক কোনে হত্যা কৰিছিল ?
১৮. শোণিতপুৰ জিলাত আদিবাসি নিধন যজ্ঞ কোনে চলাইছিল ?
এই সকলোবোৰ ঘটনা অমুছলিমে কৰিছে, মুছলমানে কৰা নাই ।

No comments:
Post a Comment