তৈল খণ্ড-
১) অসমে অতি কম পৰিমাণৰ তেল উৎপাদন কৰে, যিয়ে অসমৰ নিজৰ অভাৱ পুৰণ কৰিব নোৱাৰে।
২)ভাৰতে ৬০% ৰ অধিক তেল আমদানী কৰে।
৩) বৰ্তমান যি ১২ খন তৈল খণ্ডক লৈ কথা বতৰা চলি আছে, আছলতে তাত যে তেল আছে বা তাৰ পৰিমাণ কিমান, তকে লৈ কোনেও সঠিক উওৰ দিব পৰা নাই (এইয়া EXPERT বোৰৰহে ভাষ্য)।
আকৌ তেল বিচৰা কামটো এপাচি শাকত জালুক বিচৰাৰ দৰে, খৰছ বহুত.....
৪) ইমান বছৰে আমাৰ হাতত তৈল খণ্ড বোৰ ৰাখি আমি কৰিলো কি? এতিয়া কিবা এটা হব ওলাইছে........ আমি বহি গলো পথত............ নামি গলো আন্দোলন (সকলোতকৈ সহজ জীবিকা অসমত).......
৫) অসমৰ নিজা এটা তৈল COMPANY আছে, বহুতে হয়তো নাজানে,, ২০০৬-২০০৭ ত প্রতিষ্ঠা হৈছিল,,কিন্ত টকাৰ অভাবত সেইয়া থকা নথকা একে কথা......
৬) যদি বৰ্তমান চৰকাৰে সেই তৈল COMPANY টো গঢ় দিব পাৰে,,,আৰু কোনোবা ব্যত্তিগত তৈল COMPANY লগত লগ লাগি JOINT VENTURE হিচাপে কাম কৰে,,,
মোৰ মতে এইয়া অসমৰ বাবে সঠিক পথ,,,আজিকালি সকলো PROJECT PPP (PUBLIC PRIVATE PARTNERSHIP) জৰিয়তে আৰম্ভ হৈছে,,,আমিও এনেদৰে আগবাঢ়িব পাৰো,,
৭) অসমীয়া হিচাপে গড়, তৈল খণ্ড, মাজুলী এইবোৰ আমাৰ তেজত আছে,, কিন্ত আবেগিক নহয় সঠিক ভাবে চিন্তা কৰি আগবঢ়া ভাল,,,,
৮)শেষত বিদ্যালয়, মহাবিদ্যালয় অধ্যক্ষ লৈ এটাই অনুৰোধ-
লৰা-ছোৱালীক এইবোৰ আন্দোলনলৈ যাবলৈ বন্ধ কৰক,, তথ্য সহকাৰে ভালকৈ বুজাবলৈ চেষ্ঠা কৰক ,, সচা তথ্যৰে আগবাঢ়িব শিকাওঁক,,
কাৰণ এইয়া আমাৰ অসমৰ ভৱিষ্যত.....
পৃথিবী বহু আগবাঢ়িল,,আমি কেতিয়া আগবাঢ়িম?
পৰিবৰ্তনৰ আশা বাদ দি নিজৰ মানসিকতা পৰিবৰ্তন কৰিব শিকক,,,,,,,,,,,,

No comments:
Post a Comment