স্ত্ৰীৰোগ বিশেষজ্ঞৰ ধৰ্ষণৰ বলি হৈ আত্মহত্যা , চিকিৎসকৰ লালসাৰ বলি হ'ল মহিলা । ১ জুলাইত নগাঁৱত আত্মহত্যা কৰিছিল দম্পতীয়ে ৫ দিনৰ পিছত উদ্ধাৰ হ'ল ছুইচাইড নোট , আত্মহত্যাৰ চেষ্টাৰ দিনাই কানাজালৈ উৰিল চিকিৎসক । নগাঁৱৰ সংঘটিত এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনাৰ পিছত পোহৰলৈ আহিল চিকিৎসক নামদাৰি এজনৰ জঘন্য কাণ্ড , চিকিৎসক জন নগাঁৱৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডঃ বিপুল কুমাৰ বৰুৱা । নগাঁও জিলাৰ চকৰিগাঁৱত ১ জুলাইৰ দিনা বিশ পান কৰিছিল গনেশ দাস আৰু মাধুৰিমা দাস নামৰ পতি-পত্নীয়ে বিশ পান কৰিয়ে মাধুৰিমাৰ মৃত্যু হোৱাৰ বিপৰীতে স্বামী গনেশৰ মৃত্যু হৈছিল চিকিৎসালয়ৰ ICUত । মাত্ৰ ৩ বছৰ পূৰ্বে বিবাহ বাহত আবদ্ধ হোৱা এই সুখী দম্পতীৰ চাঞ্চল্যকৰ আত্মহত্যাৰ ৫ দিন পিছত আৰক্ষীৰ হাতত পৰিল ছুইচাইড নোট য'ত মাধুৰীমাই লিখিছে ' আমি মৰিবলৈ গৈ আছো । কাৰণ এটাই , ডঃ বিপুল কুমাৰ বৰুৱা । আজি তেওঁৰ দোষৰ বাবেই আমি মৰিবলৈ গৈ আছো । কানুনে যাতে উচিত তদন্ত লয় । কোনো নাৰীয়ে কুকুৰৰ পৰা অশান্তি নাপায় । ' এটো মাধুৰীমাৰ ছুইচাইড নোট আৰু এটো গনেশ দাসে লিখা ছুইচাইড নোট ' ছুইচাইড কৰাৰ বাবে মোৰ ঘৰৰ কোনো দায়ী নহয় । আমাৰ ছুইচাইডৰ বাবে দায়ী কেৱল ডঃ বিপুল কুমাৰ বৰুৱা । বদমাছ ডঃ বিপুল কুমাৰ বৰুৱাৰ কোনো কাৰণতে ক্ষমা নকৰে যেন। এই পত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ পৰা ভৰিত ধৰি ন্যায় বিচাৰিছোঁ । ' ঘৰ পৰিচকাৰ কৰোতে উদ্ধাৰ হোৱা এই ছুইচাইড নোটত লিখা আছে লম্পট চিকিৎসক জঃ বিপুল কুমাৰ বৰুৱাই কি দৰে সৰ্বস্ব কাৰি নিছিল গনেশ দাসৰ পত্নী মাধুৰীমা দাসৰ । ১৫ জুনৰ দিনা চিকিৎসাৰ বাবে স্ত্ৰীৰোগ বিশেষজ্ঞ বিপুল কুমাৰ বৰুৱাৰ ওচৰ চাপিছিল মাধুৰীম ২৩ জুনৰ দিনা বিপুল বৰুৱাই নিজৰ চেম্বাৰলৈ মাতি নিছিল মাধুৰীমাক আৰু তাতেই চিকিৎসাৰ চলেৰে ডঃ বিপুল বৰুৱাই মাধুৰীমা দাসৰ সৰ্বনাশ কৰিলে স্ত্ৰীৰোগ বিশেষজ্ঞ হ'ল গৈ ধৰ্ষণকাৰী

No comments:
Post a Comment